গাই-গৰু পুৱালি জন্ম দিলে । সেই পুৱালিৰ মংগল হওঁক এই কামনাৰে ৰাতি পূজা কৰা হয় ।

মালিবাৰী বজাৰ ।

  1. এই পুজাৰ বাবে কোনো ঠাকুৰ বা গুসাই দৰকাৰ নহয় । ৰাখাল সন্মুখত বহি ধূপ ধূনা দি লাড়ু প্ৰসাদ ৰাখি ফুল ফুলেৰে পূজা অৰ্চনা কৰি গানৰ কথা বতৰা আৰু বিভিন্ন মাতেৰে ঘৰ দুৱাৰ উৎফুল্লিত হৈ পৰে ।

  1. আনহাতে এই পূজা কৰে গৰুৰ মংগলৰ কাৰণে । যিহেতু এই পুজাৰ বাবে গৰু যিদৰে ৰাখালে চৰায় ৰাখালৰ লাঠিডাল, ৰছিডাল, লগতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বস্তু ইয়াত লাগে ।

Advertisements

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s